Best Bihu Wishes In Assamese Language 2021 | Bohag Bihu Quotes,Sms And Images | ৰঙালী বিহুৰ শুভেচ্ছা
Today we will talk about how you can send Good and Best Bihu Wishes in Assamese Language to another person.Bihu is the most popular festival of Assamese people.As soon as Bihu is eaten, everyone in Assam becomes mad with joy.Bahag Bihu is one of the three most popular Bihu in Assam.In this article we will discuss how to you can send Bihu greetings to your loved ones.
Bihu Wishes In Assamese Language 2021
![]() |
Bihu Wishes In Assamese Language 2021 |
অসমীয়া বাপতি সাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছো। লগতে নতুন অসমীয়া বছৰটো যাতে সুখ শান্তিৰে পাৰ হয় তাৰ কামনা কৰিলো।
বিহুৰ প্ৰথমদিনটো যিদৰে সুখৰে পাৰ হ'ল থিক তেনে দৰে বছৰৰ প্ৰতিটো দিনেই যেন সুখৰে পাৰ হয় তাৰেই কামনা কৰিলো
গাওঁৰ ইটো মোৰে বাজিলে ঢোলগ
গছতোফুলিলে কপৌফুল
তোমালৈ যাছিলো বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা
বিহু আনন্দীয়া
বিহু বিনন্দীয়া
বিহু টো অসমৰ প্ৰাণ
এনেকুৱা বিহুটো এৰিব লাগিলে
নাথাকে অসমৰ প্ৰাণ
বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
Bohag Bihu Sms 2021 In Assamese
![]() |
Bohag Bihu Sms 2021 In Assamese |
বহাগ বিহুৰ এই পবিত্ৰ ক্ষণত তোমাৰ আৰু তোমাৰ পৰিয়াললৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
অসমীয়া নববৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
Important Tags:
bihu wishes in assamese language
rongali bihu wishes in assamese language
happy rongali bihu in assamese language
rongali bihu quotes in assamese
assamese wishes
bihu quotes in assamese
bohag bihu quotes in assamese